কৰোণাৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ বাবে ভাৰত চৰকাৰে মুকলি কৰিলে AROGYA SETU এপ্লিকেচন ।

Spread the love

ভাৰত চৰকাৰে আজি ৩ এপ্ৰিল ২020 মুকলি কৰিছে এটা নতুন এপ নাম AROGYA SETU যাৰ দ্বাৰা আপুনি গম পাব আপুনি সুৰক্ষিত হয়নে নহয়। এই এপটোৰ জড়িয়তে কৰোণা ভাইৰাচৰ পৰা হ’ব পৰা বিপদ আৰু কিমান ক্ষতি হৈছে তাৰ পৰিমাপ নিৰ্ধাৰণ কৰিবলৈ সহজ হ’ব । এপটো ডাউনলড কৰা পাছত আপোনাৰ location on কৰিব দিব। location চাই আপোনাক কৈ দিব যে আপুনি কৰোণাৰ পৰা সুৰক্ষিত zone ত আছে নে danger zone ত। আপোনাৰ আশে পাশে কৰোণাৰ ৰোগী থাকিলেওঁ আপুনি গম পাব। যদি কোনো ব্যক্তিৰ পৰীক্ষাৰ অন্তত তেওঁ‌ Covid -19 ত আক্ৰান্ত বুলি নিশ্চিত হয় । তেওঁ‌ৰ মোবাইল নম্বৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ পৰা প্ৰস্তুত কৰা এই এপটোত Register হ’ব ।


Spread the love

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top