Good news for for AHSEC first year students . AHSEC Promotes HS first year Students to Hs second year .

Spread the love

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ (AHSEC) প্ৰথম বৰ্ষিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল খবৰ । অৱশেষত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা দিয়া এখন জাননীত লিখা হৈছে যিহেতু এইবাৰ 2019-2020 শিক্ষা বৰ্ষৰ  Covid 19 ৰ বাবে প্ৰথম বৰ্ষিকৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল ।

গতিকে ছাত্ৰ-ছাত্ৰী সকলক এইবাৰ পোনপটীয়াকৈ দ্বিতীয় বাৰ্ষিকলৈ পদোন্নতি কৰি দিয়া গৈছে ।

যিহেতু নিৰ্ধাৰিত সূচী অনুসৰি 25 মাৰ্চৰ পৰা 10 এপ্ৰিললৈ প্ৰথম বাৰ্ষিকৰ পৰীক্ষা হোৱাৰ কথা আছিল ।


Spread the love

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top